অসমৰ চাহ শিল্প

 অসমৰ চাহ শিল্প আৰম্ভণি : বৰ্তমান সময়ৰ ভাৰতবৰ্ষ বুলিয়েই নহয়, বিশ্বৰ প্ৰায় সকলোবোৰ ঠাইতেই চাহক এবিধ উত্তম অথচ সাধাৰণ পানীয় হিচাপে গ্ৰহণ কৰি অহা হৈছে। আমাৰ অসমতো বৰ্তমান সময়ত আলহী-অতিথি অভ্যর্থনাৰ প্ৰথম বিধ বস্তুৱেই হৈছে চাহ। ইয়াৰ উপৰি ৰাতিপুৱা শুই উঠিয়েই আমি দৈনন্দিন জীৱনৰ কাম-কাজো আৰম্ভ কৰো চাহ খোৱাৰ পিছৰ পৰাহে। কেৱল যে সাধাৰণ পানীয় হিচাপেই … Read more

মহাপুৰুষৰ জীৱনী অধ্যয়ন

মহাপুৰুষৰ জীৱনী অধ্যয়ন আৰম্ভণি: যিসকল মানুহে বিভিন্ন সৎ আৰু মহান কৰ্মৰাজিৰে তেওঁলোকৰ সমসাময়িক বা পৰৱৰ্তী মানৱ সমাজলৈ বিভিন্ন ধৰণৰ মূল্যবান আদেশ, উপদেশ আদি দি যাবলৈ সমৰ্থ হয়; সেইসকল মানুহকেই মহাপুৰুষ বোলে। এই মহাপুৰুষসকলৰ জীৱনক ভিত্তি কৰি যিবোৰ সাহিত্য ৰচিত হয়; সেইবোৰ সাহিত্যকেই জীৱনী সাহিত্য বোলে। জীৱনী সাধাৰণতে দুই প্ৰকাৰৰ হ’ব পাৰে— অইনে লিখা জীৱনী আৰু … Read more

ছাত্ৰ আৰু ৰাজনীতি

 ছাত্ৰ আৰু ৰাজনীতি আৰম্ভণি: ৰাষ্ট্ৰ এখন পৰিচালনা কৰিবৰ বাবে যিবোৰ নীতি-নিয়ম, মতবাদ আদিৰ প্রয়োজনীয়, সেইবোৰকেই সাধাৰণতে ৰাজনীতি বুলি কোৱা হয় যদিও বর্তমান সময়ত ৰাষ্ট্ৰশাসনৰ লগত জড়িত প্ৰক্ৰিয়াটোহে ৰাজনীতিৰ ভিতৰত সোমাই পৰে। আমাৰ দেশৰ প্ৰাপ্তবয়স্ক সাধাৰণ নাগৰিকসকলে বাছি দিয়া নেতাসকলৰ জৰিয়তে দেশখন শাসিত হয় বাবে আমি সকলো নাগৰিকেই প্ৰত্যক্ষভাৱেই হওক বা পৰোক্ষভাৱেই হওক ৰাজনীতিৰ লগত জড়িত … Read more

অসমৰ লোক-সংস্কৃতি

অসমৰ লোক-সংস্কৃতি আৰম্ভণি : জগতৰ প্ৰত্যেক জাতিৰে সামগ্ৰিক সত্তা সেই সেই জাতিৰ লোক- সংস্কৃতিৰ জৰিয়তে প্রকাশিত হয়। ইংৰাজী ভাষাৰ ‘ফ’ক্‌ল’ৰ (Folklore) শব্দটোৰ প্রতিশব্দ হিচাপে বর্তমানে লোক সংস্কৃতি শব্দৰ অসমীয়া ভাষাত প্ৰয়োগ হৈ আহিছে আৰু এই শব্দটোৱে বর্তমানে কোনো এখন লোক-সমাজত পৰম্পৰাগতভাৱে চলি অহা সকলোবোৰ ধ্যান-ধাৰণা, আচাৰ-অনুষ্ঠান আৰু বিভিন্ন ধৰণৰ কলাগত সৃষ্টিকেই সামৰি লৈছে। প্ৰকৃতাৰ্থত চাবলৈ … Read more

অসমীয়া লোক-সাহিত্য

অসমীয়া লোক-সাহিত্য আৰম্ভণি: যিকোনো জাতি এটাৰ সাহিত্যই লিখিত ৰূপ লাভ কৰাৰ আগতে সাধাৰণ জনসাধাৰণৰ মুখে মুখে পৰম্পৰাগতভাৱে যিবোৰ সাহিত্যৰ প্ৰচলন হৈ থাকে, সেইবোৰ সাহিত্যকে জাতিটোৰ লোক-সাহিত্য বোলা হয়। অসমীয়া ভাষাতো ইয়াৰ লিখিত সাহিত্যই ৰূপ লাভ কৰি উঠাৰ আগেয়ে এনে ধৰণৰ মৌখিক পৰম্পৰাগত সাহিত্য আছিল আৰু এনেবোৰ সাহিত্যকে অসমীয়া লোক-সাহিত্যৰ অন্তৰ্ভুক্ত কৰা হয়। এই লোক-সাহিত্য বুলিলে … Read more

ড্ৰাগছ এক সামাজিক সমস্যা

ব্যক্তি, পৰিয়াল, সম্প্ৰদায় আৰু সামগ্ৰিকভাৱে সমাজৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱৰ বাবে ড্ৰাগছক সঁচাকৈয়ে সামাজিক সমস্যা বুলি ধৰিব পাৰি। ইয়াৰ বিষয়ে বিতংগকৈ তলত আলোচনা কৰা হৈছেঃ স্বাস্থ্যজনিত পৰিণতিঃ ড্ৰাগছৰ অপব্যৱহাৰে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে, য’ত নিচা, অতিমাত্ৰা সেৱন, মানসিক স্বাস্থ্যজনিত বিকাৰ, সংক্ৰামক ৰোগ (যেনে এইচ আই ভি/এইডছ আৰু হেপাটাইটিছ), শাৰীৰিক ৰোগ আদিও হ’ব পাৰে। … Read more

মাদকদ্ৰব্য আৰু সমাজত ইয়াৰ কু-প্ৰভাৱ

মাদকদ্ৰব্য আৰু সমাজত ইয়াৰ কু-প্ৰভাৱ আৰম্ভণিঃ মাদকদ্ৰব্যৰ ব্যৱহাৰ বৰ্তমানৰ সমাজত এক ব্যাধিস্বৰূপে দেখা দিছে। বৰ্তমান সমাজৰ বিভিন্ন স্তৰৰ মানুহে এনেকুৱা কিছুমান বস্তু বা দ্ৰব্য সেৱন কৰিবলৈ লৈছে যিবোৰৰ সেৱনৰ ফলস্বৰূপে মানুহে নিজকে পাহৰি যায় আৰু কেতিয়াবা কেতিয়াবা মানুহৰ হিতাহিত জ্ঞানো নোহোৱা হৈ যায়। এনে ধৰণৰ দ্ৰব্যবোৰকে মাদক দ্রব্য বা ৰাগিয়াল বস্তু বোলে। মানুহৰ জীৱনত এই … Read more

অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা

অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা আৰম্ভণি : ভাৰতবৰ্ষৰ উত্তৰ-পূব অঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত প্ৰধান অসম ৰাজ্যখন বিভিন্ন সমস্যাৰ দ্বাৰা আক্ৰান্ত। নিবনুৱা সমস্যা, বিদেশী নাগৰিকৰ সমস্যা আদিৰ লগতে অসমৰ বানপানীয়েও এক প্ৰধান সমস্যাৰূপে অসমক জুৰুলা কৰি আহিছে। এই বানপানী অসমত সাময়িকভাৱে হোৱা প্ৰাকৃতিক দুর্যোগেই হৈ থকা নাই, ই অসমৰ অৰ্থনৈতিক উন্নতিকো বাধাগ্ৰস্ত কৰি তুলিছে। কিন্তু এই … Read more

অসমৰ কুটীৰ বা ঘৰুৱা শিল্প ৰচনা

অসমৰ কুটীৰ বা ঘৰুৱা শিল্প আৰম্ভণিঃ যিবিলাক শিল্প কম খৰচতে নিজৰ ঘৰতে থাকি নাইবা নিজৰ হাতেৰেই চলাব পাৰি, সেইবিলাককেই সাধাৰণতে কুটীৰ বা ঘৰুৱা শিল্প বুলি কোৱা হয় ৷ বৰ্তমান সময়ত দেশ এখনৰ অর্থনৈতিক প্রগতিত বৃহৎ উদ্যোগ বা শিল্পসমূহৰ লগত কুটীৰ শিল্পয়ো এক বিশিষ্ট বৰঙণি আগবঢ়াইছে। বিশেষকৈ অর্থনৈতিকভাৱে অনগ্ৰসৰ গাঁৱলীয়া লোকসকলৰ অৰ্থনৈতিক প্ৰগতিত কুটীৰ বা ঘৰুৱা … Read more

ভাৰতৰ জাতীয় সংহতি

ভাৰতৰ জাতীয় সংহতি আৰম্ভণিঃ আমাৰ ভাৰতবৰ্ষ বিভিন্ন জাতি-উপজাতিৰ মিলনভূমি। অতীজৰে পৰা বিভিন্ন জাতি-উপজাতিয়ে ভাৰতবৰ্ষৰ বুকুত বসবাস কৰি আছে। কিন্তু সেয়া হ’লেও ভাৰতীয় জাতি বুলি ক’লে কিন্তু এই সকলোবোৰ জাতি-উপজাতিক অতিক্ৰম কৰি ভাৰতীয় জাতি হিচাপে চিনাকি দিব পৰা এটা মহান জাতিৰ কথাই আমাৰ মনলৈ আহে আৰু সেয়াই হৈছে ভাৰতীয় জাতি। ভাৰতৰ বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা, বিভিন্ন … Read more