অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’ৰ মুক্তিৰ দিন স্থিৰ | Assamese Movie Rongatapu 1982

অসমীয়া চলচ্চিত্ৰ ‘ৰঙাটাপু-১৯৮২’ৰ মুক্তিৰ দিন স্থিৰ কৰা হৈছো। অহা ২৪ নৱেম্বত মুক্তি লাভা কৰিব ছবিখনে। অলপতে ‘ৰঙাটাপু-১৯৮২’ মুক্তিৰ তাৰিখ ঘোষণা কৰে পৰিচালক আদিত্যম শইকীয়াই। ১৯৮২ চনত ব্ৰহ্মপুত্ৰৰ পাৰত সংঘটিত হোৱা এখন যুদ্ধ তথা ৮০ দশকত অসমলৈ আগমন ঘটা বহিৰাগত লোকসকলে থলুৱা অসমীয়া মানুহৰ জীৱন প্ৰণালী কেনেকৈ সলনি কৰি থৈ গ’ল, অসমীয়া চহা জীৱন কেনেকৈ ধ্ৱংস … Read more