ৰাতি ফুলা ফুলৰ নাম

ৰাতি ফুলা ফুলৰ নাম- তগৰ, ভেঁট, ৰজনীগন্ধ, স্থলপদ্ম ধতুৰা, হাচনাহানা, কামিনী কাঞ্চন ইত্যাদি।

ইবিলাক ৰাতিত ফুলি উঠে ৰঙা, বগা আৰু সুগন্ধি ফুল থাকে যিবোৰ গোধূলিৰ পিছত খোল খায় আৰু ভোৰলৈকে ফুলি থাকে। ফুলবোৰ যথেষ্ট দৰ্শনীয়, সুক্ষ্ম পাহি আৰু ৰাতিৰ সময়ত তীব্ৰতৰ হোৱা সুগন্ধি ফুল। ইবিলাক আমাৰ মাজত মনোমোহাকৈ ফুলে ইয়াৰ ৰহস্য আৰু আকৰ্ষণ বৃদ্ধি কৰে।

Leave a Comment