মানৱ মূলধন কি(What is Human Capita?)

এখন দেশে ভূমিৰ দৰে ভৌতিক সম্পদক কাৰখানাৰ দৰে মূলধনলৈ যেনেকৈ ৰূপান্তৰিত কৰিব পাৰে, ঠিক তেনেকৈ ছাত্ৰ বা ছাত্ৰীৰ দৰে মানৱ সম্পদক ডাক্তৰ বা ইঞ্জিনীয়াৰৰ দৰে মানৱ মূলধনলৈ পৰিবৰ্তন কৰিব পাৰে। প্ৰথমতে, সমাজত প্ৰৰ্যাপ্ত পৰিমাণে পাৰদৰ্শী ব্যক্তিৰ ৰূপত মানৱ মূলধন লাগে যিয়ে অধ্যাপক বা অন্য পদাধিকাৰী হিচাপে নিজকে শিক্ষিত আৰু প্ৰশিক্ষিত কৰি গঢ়ি তুলিছে। আন কথাত ক’বলৈ হ’লে অন্য মানৱ মূলধন(যেনে ডাক্তৰ, ইঞ্জিনীয়াৰ…..) উৎপাদন কৰিবলৈ আমাক ভাল মানৱ মূলধনৰ প্ৰয়োজন। এইটোৱে বুজায় যে মানৱ সম্পদৰ পৰা আৰু বেছি মানৱ মূলধন তৈয়াৰ কৰিবলৈ হ’লে মানৱ মূলধন গঠনৰ বেব আমাক বিনিয়োগৰ প্ৰয়োজন।

Leave a Comment